অসমীয়া edition

by Altai Zeinalov
প্ৰকৃত বন্ধু থকাটো কিমান ভাল। তেওঁলোকে তোমাৰ সুখ আৰু দুখ ভাগ বতৰা কৰে আৰু প্ৰয়োজনৰ সময়ত সহায় কৰে। সকলোতকৈ ডাঙৰ কথা, যেতিয়া তুমি তোমাৰ বান্ধৱীৰ সৈতে কিবা কৰা তেতিয়া সকলোবোৰ বহুত ভাল লাগে – বিশেষকৈ যদি সেইটো খেল হয়।
Subscribe through your link, you both get 5 credits
Text in all available languages
71 languages and 94 regional accents available
Audio Story plus Read Aloud
Read Aloud